PRAG NEWS BIG IMPACT

0
279

Guwahati 17th March’2018 (Prag News Desk):

‘প্ৰাগ নিউজ’ বিগ ইম্পেক্ট |

স্বাস্থ্য বিভাগৰ ৭ বিষয়াক তলব লখিমপুৰ আৰক্ষীৰ |

বিষয়াকেইজন- অতুল বাগলাৰী, অমৃত দত্ত, ক্ষীৰোদ বৰা |

সোণাৰাম সোণোৱাল, গণেশ চক্ৰৱৰ্তী, খৰ্গেশ্বৰ বৰুৱা, খগেন বৰুৱা |

আটাইকেইজন লখিমপুৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কৰ্মচাৰী |

ভুৱা নিযুক্তি উদঙাইছিল ‘প্ৰাগ নিউজ’-এ |

‘প্ৰাগ নিউজ’ত বাতৰি সম্প্ৰচাৰৰ পাছতেই তত্পৰ আৰক্ষী |

 

Share it on

Leave a Reply