PRAG SPONSOR PLAYER

0
124

Guwahati 17th March’2018 (Prag News Desk):

বেংককত বিশ্ব জীটকুন ডু চেম্পিয়নশ্বিপ |

প্ৰতিযোগিতাত ৭টাকৈ সোণৰ পদক জয় অসমৰ খেলুৱৈৰ |

অসমৰ ল’জী বেগমৰ সোণৰ পদক |

‘প্ৰাগ নিউজ’ৰ পৃষ্ঠপোষকতা ল’জী বেগমক |

সোণৰ পদক অৰ্জন লেনিনা ওৰাং, চিণ্ময় ৰাজখোৱা, ৰশ্মিপ্ৰিয়া গগৈ |

উনভিতা কলিতা, প্ৰজ্ঞা কলিতা, পংকজ কছাৰী |

দলটোৰ প্ৰশিক্ষক দিলীপ ৰয় |

ব্ৰুচলীয়ে জনপ্ৰিয় কৰা মাৰ্চিয়েল আৰ্ট জীটকুন ডু |

 

Share it on

Leave a Reply