RANGIA LOOT

0
115

Guwahati 17th March’2018 (Prag News Desk):

ৰঙিয়া জংছনৰ ১ নম্বৰ প্লেটফৰ্মত ৰে’ল আৰক্ষীৰ সন্মুখতে ধন লুট |

দুজনীয়া দুৰ্বৃত্তৰ দলে লুটি নিলে বৃদ্ধ দম্পতীৰ পৰা ৫০ হাজাৰ টকা |

বৃদ্ধ দম্পতীৰ চিঞৰ শুনিও চাই ৰ’ল ৰে’ল আৰক্ষীৰ জোৱানে |

ষ্টেচনত CCTV নথকাৰ বাবে বৃদ্ধি পাইছে এনে ঘটনা |

নিৰাপত্তাহীনতা ভুগিছে সাধাৰণ ৰে’ল যাত্ৰী |

 

Share it on

Leave a Reply