SILADITYA DEV

0
94

Guwahati 19th March’2018 (Prag News Desk):

আকৌ বিতৰ্কিত মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ |

প্ৰতিটো ধৰ্ষণকাণ্ডত জড়িত বাংলাদেশী মুছলমান |

আৰক্ষী থানাতো মুছলমানৰ ক্ৰাইম ৰেট সৰ্বাধিক |

খিলঞ্জীয়া মুছলমানসকলে সজাগতা সৃষ্টি কৰা উচিত |

অসমত ৮০ শতাংশ অপৰাধ মুছলমানে সংঘটিত কৰিছে |

১৯৭১ চনতে ব্লাণ্ডাৰ কৰি গ’ল ইন্দিৰা গান্ধীয়ে |

সকলো সমস্যাৰ মূলতে বাংলাদেশ গঠন |

পঞ্চায়তত বিজেপিৰ ভাল নহ’ব, কাৰণ বাংলাদেশীৰ আগ্ৰাসন |

বিজেপিৰ প্ৰকৃত কৰ্মী ছিণ্ডিকেটত জড়িত নহয় |

ভৰি চুই ৰাজনীতি কৰা সকলেই ছিণ্ডিকেটত জড়িত |

 

Share it on

Leave a Reply