39 INDIAN DEATH

0
161

Guwahati 20th March’2018 (Prag News Desk):

ইৰাকত হত্যা ৩৯ ভাৰতীয় পণবন্দীক |

৩৯ ভাৰতীয়ৰ মৃত্যুৰ কথা নিশ্চিত সুষমা স্বৰাজৰ |

ৰাজ্যসভাক জনালে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে |

ISISএ হত্যা কৰে ভাৰতীয় পণবন্দীক |

২০১৪ চনত অপহৃত হৈছিল ৩৯ ভাৰতীয় |

ইৰাকৰ মছুলত ISISএ পণবন্দী কৰে |

গণকবৰত উদ্ধাৰ হোৱা মৃতদেহৰ DNA পৰীক্ষা |

DNA পৰীক্ষাৰ পিছত মৃত্যুৰ আশংকা সত্য প্ৰমাণিত |

পূৰ্বে পণবন্দীকেইজন জীয়াই থকাৰ দাবী কৰিছিল ভাৰত চৰকাৰে |

কেইবাবাৰো পণবন্দীকেইজনৰ আত্মীয়ৰে কথা পাতিছিল সুষমা স্বৰাজে |

পণবন্দীকেইজনক মুকলি কৰি অনাৰ প্ৰতিশ্ৰুতি দিছিল সুষমাই |

 

Share it on

Leave a Reply