PIYUSH HAZARIKA CASE

0
99

Guwahati 20th March’2018 (Prag News Desk):

মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ |

বিধায়ক পীয়ুষ হাজৰিকাই গগৈৰ বিৰুদ্ধে তৰিলে গোচৰ |

অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত তৰিলে গোচৰ |

আইন ৰক্ষাৰ শপত লৈ আইন ভংগ কৰিছিল গগৈয়ে |

দুৰ্নীতিত জড়িত হিমন্তক বচোৱা বুলি কৈছিল গগৈয়ে |

সংবাদমাধ্যমত গগৈয়ে দিয়া ভাষ্যৰ ভিত্তিত গোচৰ |

 

Share it on

Leave a Reply