SALMORA FIRE

0
38

Guwahati 21st March’2018 (Prag News Desk):

দক্ষিণ শালমৰাৰ গোৱালিয়াত বিধ্বংসী অগ্নিকাণ্ড |

জাহ যায় তিনিলক্ষাধিক টকাৰ সা-সম্পত্তি, NRCৰ নথি |

আনাৰুল ইছলাম নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড |

বৈদ্যুতিক বিসংগতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত |

 

Share it on

Leave a Reply