NAGARBERA AMBULANCE

0
104

Guwahati 31st March’2018 (Prag News Desk):

স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ |

এম্বুলেন্স নাপাই ৰোগীক সাঙিৰে কঢ়িয়ালে চিকিত্সালয়লৈ |

এই দৃশ্য বৰপেটাৰ মাজৰচ’ৰৰ |

এম্বুলেন্স চলিবলৈ নাই বাট-পথ |

একাংশই ৰোগীক কঢ়িয়াই নিছে সাঙিৰে |

আন একাংশই ম’বাইলৰ পোহৰেৰ বাট দেখুৱাই নিছে |

এইয়ে প্ৰমাণ কৰে পৰিৱৰ্তনকামী চৰকাৰ উন্নয়নৰ নমুনা |

 

Share it on

Leave a Reply