নগাঁৱৰ কঠিয়াতলীত জঘন্য ঘটনা

0
165

Guwahati/ 5th April 2018 (Prag News Desk):

নগাঁৱৰ কঠিয়াতলীত জঘন্য ঘটনা |

ঘৰৰ ভিতৰতে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ |

স্বামী আৰু দুই ননদে মিলি হত্যা কৰাৰ সন্দেহ |

মৃত মহিলাগৰাকীৰ পিতৃৰ থানাত এজাহাৰ দাখিল |

স্বামী আবু কালাম আৰু দুই ননদক আটক কৰে আৰক্ষীয়ে |

Share it on

Leave a Reply