নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী অখিল গগৈৰ

0
283
https://pragnews.com/wp-content/uploads/2018/04/Guwahati-KMSS-press-meet.jpg

Guwahati/ 13th April’2018 (Prag News Desk):

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী অখিল গগৈৰ |

বিধেয়কখন গৃহীত হ’লে ২০ লাখ হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব পাব |

APSC কেলেংকাৰি সন্দৰ্ভত সৰৱ অখিল গগৈ |

যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাৰ বক্তব্যক সমালোচনা অখিলৰ |

নাগৰিকত্ব সংশোধনী বিধেয়ক বৰবিহ |

এই বৰবিহৰ বিৰুদ্ধে যুঁজিব কৃষকমুক্তি সংগ্ৰাম সমিতিয়ে |

২৫ এপ্ৰিলত ৰাজ্যৰ প্ৰতিখন জিলাত ১০০ জনীয়া কৃষকৰ অনশন |

 

Share it on

Leave a Reply