বিহুৰ আনন্দ-উল্লাসে সমগ্ৰ ৰাজ্য বৰ্ণিল কৰি ৰখাৰ সময়তে ৰঙীন হৈ পৰিছে বৰপেটাৰ আকাশ।

0
125
kite festival

Guwahati/ 16th April’2018 (Prag News Desk):

বিহুৰ আনন্দ-উল্লাসে সমগ্ৰ ৰাজ্য বৰ্ণিল কৰি ৰখাৰ সময়তে ৰঙীন হৈ পৰিছে বৰপেটাৰ আকাশ। অসংখ্য ৰং-বিৰঙৰ চিলাৰ সমাহাৰে বৰপেটাবাসীক আপ্লুত কৰি তুলিছে। ক’ৰ পৰা কিয়, কোনে উৰুৱাইছে চিলাবোৰ? চাওক এই প্ৰতিবেদন।

Share it on

Leave a Reply