ৰঙালী বিহুৰ সমান্তৰালভাৱে নাহৰকটীয়াৰ নামফাকে গাঁৱত পালন কৰা হৈছে বৌদ্ধ ধৰ্মাৱলম্বী টাই ফাকে জনগোষ্ঠীৰ পৰম্পৰাগত উত্সৱ পই চাংকেন।

0
146
Poi Changken

Guwahati/ 16th April’2018 (Prag News Desk):

ৰঙালী বিহুৰ সমান্তৰালভাৱে নাহৰকটীয়াৰ নামফাকে গাঁৱত পালন কৰা হৈছে বৌদ্ধ ধৰ্মাৱলম্বী টাই ফাকে জনগোষ্ঠীৰ পৰম্পৰাগত উত্সৱ পই চাংকেন।

গৰু বিহুৰ দিনা পুৱাৰ পৰা আৰম্ভ হোৱা বৌদ্ধ ধৰ্মাৱলম্বী পৰম্পৰাগত পই চাংকেন উত্সৱৰ সোমবাৰে সামৰণি পৰে।

Share it on

Leave a Reply