চাবুৱাৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড

0
257
https://pragnews.com/wp-content/uploads/2018/04/murder1.jpg33-11.jpg

Guwahati/ 17th April’2018 (Prag News Desk):

চাবুৱাৰ ৰহমৰীয়াত নৃশংস হত্যাকাণ্ড |

মদন গুপ্তা নামৰ এজন লোকক ঘপিয়াই হত্যা |

পলাতক অৱস্থাত আছে হত্যাকাৰী পদ্মেশ্বৰ দত্ত |

হত্যাকাৰীৰ সন্ধানত চলাইছে অভিযান |

 

Share it on

Leave a Reply