ডিফুৰ তামোলবাৰীত গাঁওবুঢ়াক গুলীয়াই হত্যা

0
114
https://pragnews.com/wp-content/uploads/2018/04/dc-Cover-8n3ciu77uas0ap3n4bnnfq9ge3-20161201165506.Medi_-1.jpeg

Guwahati/ 17th April’2018 (Prag News Desk):

ডিফুৰ তামোলবাৰীত গাঁওবুঢ়াক গুলীয়াই হত্যা |

আত্মীয়ই গুলীয়াই হত্যা কৰিলে গাঁওবুঢ়াক |

নিহত গাঁওবুঢ়াজন ঘুনন নাইডিং |

ডিফু আৰক্ষীৰ জালত পৰিছে হত্যাকাৰী |

বিজন কেম্প্ৰাই নামৰ লোকজনে সংঘটিত কৰিলে হত্যাকাণ্ড |

গাঁওবুঢ়া নাইডিঙৰ ভিনিহীয়েক হত্যাকাৰী বিজন কেম্প্ৰাই |

ডিফু সদৰথানাত হত্যাকাৰীক মাৰাথন জেৰা |

 

Share it on

Leave a Reply