নলবাৰীৰ বেলশৰৰ পৰা ভুৱা আলফা গ্ৰেপ্তাৰ

0
41
https://pragnews.com/wp-content/uploads/2018/04/AAEAAQAAAAAAAAiAAAAAJGJkMjE1NjhkLWVmYTgtNGIyZi1iNTkyLTcyYmI5NDQ0MTA1OA.png

Guwahati/ 17th April’2018 (Prag News Desk):

নলবাৰীৰ বেলশৰৰ পৰা ভুৱা আলফা গ্ৰেপ্তাৰ |

ধৃত ৰঙিয়াৰ বাৰেকুৰিয়া গাঁৱৰ কংকন দাস |

ৰাজু অসমৰ নাম লৈ এজন চিকিত্সকৰ পৰা দাবী কৰিছিল ধন |

ভৰলু থানাত দিয়া অভিযোগৰ ভিত্তিত নলবাৰীত আৰক্ষীৰ অভিযান |

সম্প্ৰতি ভৰলু থানাত ধৃত যুৱকজন |

 

Share it on

Leave a Reply