নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ শুনানি

0
144
https://pragnews.com/wp-content/uploads/2018/04/Citizenship.jpg

Guwahati/ 17th April’2018 (Prag News Desk):

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আজি গুৰুত্বপূৰ্ণ শুনানি |

যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা বহু প্ৰতীক্ষিত শুনানি |

আমন্ত্ৰণ জনোৱা হৈছে অসমৰ ১৮টা সংগঠনক |

দিল্লীত অসমৰ বিভিন্ন জনজাতীয় ছাত্ৰসন্থাৰ নেতৃত্ব |

অংশ ল’ব ট্ৰাইবেল সংঘ, গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদেও |

শুনানিত অংশ নলয় সদৌ অসম সংখ্যালঘু ছাত্ৰসন্থাই |

অসমত শুনানি অনুষ্ঠিত কৰাৰ দাবীত বৰ্জন আমছুৰ |

বিহুৰ মাজতে শুনানি অনুষ্ঠিত কৰাক লৈও প্ৰতিক্ৰিয়া |

আজি ৰাজ্যজুৰি প্ৰতিবাদ কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে |

শুনানিলৈ আমন্ত্ৰণ জনোৱা নাই কৃষক মুক্তিক |

পূৰ্বে দুবাৰকৈ পিছুওৱা হৈছিল জে পি চিৰ শুনানি |

 

Share it on

Leave a Reply