নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দিল্লীত শুনানি

0
168
https://pragnews.com/wp-content/uploads/2018/04/assam_protest_759.jpg

Guwahati/ 17th April’2018 (Prag News Desk):

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত দিল্লীত শুনানি |

যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা আজি বহু চৰ্চিত শুনানি |

অসমত শুনানি অনুষ্ঠিত নকৰাত কৃষক মুক্তিৰ বিক্ষোভ |

মৰিগাঁৱত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি |

প্ৰতিবাদকাৰীক বাধা আৰোপ কৰিছিল আৰক্ষীয়ে |

কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে |

গুৱাহাটীৰ CJM আদালতৰ সন্মুখত সংগঠনটোৰ প্ৰতিবাদ |

আৰক্ষীয়ে আটক কৰিছে ৩ জন প্ৰতিবাদকাৰীক |

 

Share it on

Leave a Reply