বঙাইগাঁৱত ধৰ্ষণৰ বিৰুদ্ধে জুবিনৰ প্ৰতিবাদ

0
41
https://pragnews.com/wp-content/uploads/2018/04/53a1bf741e93d.image_.jpg

Guwahati/ 17th April’2018 (Prag News Desk):

বঙাইগাঁৱত ধৰ্ষণৰ বিৰুদ্ধে জুবিনৰ প্ৰতিবাদ |

ধৰ্ষণকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী জুবিনৰ |

সকলোকে প্ৰতিবাদ কৰিবলৈ আহ্বান শিল্পী জুবিনৰ |

ধৰ্ষণকাৰীক শাস্তিৰ দাবীত গীত পৰিৱেশন কৰিলে জুবিনে |

বঙাইগাঁও গান্ধীমৈদানৰ বিহু মঞ্চত এই প্ৰতিবাদ |

 

Share it on

Leave a Reply