বিহুৰ আনন্দৰ মাজতে মহানগৰীত বিভিন্ন স্থানত চুৰি কাণ্ড

0
78
https://pragnews.com/wp-content/uploads/2018/04/1057d22412ca35c.jpg

Guwahati/ 17th April’2018 (Prag News Desk):

বিহুৰ আনন্দৰ মাজতে মহানগৰীত বিভিন্ন স্থানত চুৰি কাণ্ড |

ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰাজগড়ত চোৰে চলালে লুটপাত |

তলা ভাঙি চোৰে লুটিলে নগদ ধনসহ আ-অলংকাৰ, লেপটপ্, টিভি |

ভৰলুত বিহুৰ মাজতে চোৰে চুৰি কৰিলে বাইক |

নুনমাটিৰ যুৱকৰ বাইক লৈ উধাও চোৰ |

 

Share it on

Leave a Reply