হাজোত শ্রীশ্রী দামোদৰদেৱৰ তিৰোভাৱ তিথি উদযাপন

0
59
https://pragnews.com/wp-content/uploads/2018/04/Ch3awyYXAAEsh4Z.jpg

Guwahati/ 17th April’2018 (Prag News Desk):

হাজোত শ্রীশ্রী দামোদৰদেৱৰ তিৰোভাৱ তিথি উদযাপন |

কৈৱৰ্ততোলাৰ দামোদৰদেৱ নামঘৰত বিশেষ কাৰ্যসূচী |

আকৰ্ষণীয় ধৰ্মীয় শোভাযাত্ৰাৰে নগৰ ভ্ৰমণ |

অংশ ল’লে বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে কামৰূপৰ উপায়ুক্তই |

ঐতিহাসিক পোৰাভিঠা সত্ৰত অনুষ্ঠিত লাৰু দিয়া উত্সৱ |

সমাগম ঘটিল কেইবা হাজাৰ ভক্তৰ |

৫ হাজাৰৰো অধিক ভক্তই আগবঢ়ালে লাৰু |

সত্ৰৰ আয়োজকে প্ৰস্তুত কৰিলে ৩ লক্ষাধিক লাৰু |

 

Share it on

Leave a Reply