লণ্ডনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

0
149
https://pragnews.com/wp-content/uploads/2018/04/modi-westminster-copy.jpg

Guwahati/ 19 th’April (Prag News Desk):

লণ্ডনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী |

ট্ৰেন্সফৰ্ম ইণ্ডিয়াৰ লক্ষ্যৰে মোদীৰ এই বিশেষ ভ্ৰমণ |

লণ্ডনৰ ৱেষ্ট মিনিষ্টাৰ চেন্ট্রেল হলত মোদীৰ ভাষণ |

বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ সৈতে মোদীৰ মত বিনিময় |

মোদীৰ অতীত জীৱনক সুঁৱৰিলে ভাষণ প্ৰসংগত |

নতুনত্বৰ ইচ্ছাই মানুহৰ মনত নতুন গতি দিয়ে |

জীৱনৰ পথ অতি কণ্টকময় |

জীৱনত নিজৰ বাদেও আনৰ বাবেও কাম কৰাৰ আহ্বান |

আমাৰ চৰকাৰক লৈ ৰাইজৰ অলেখ সপোন |

নৱ প্ৰজন্মক উদ্দেশ্যিও প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ |

শত্ৰু পক্ষকো কঠোৰ সকিয়নী মোদীৰ |

 

 

Share it on

Leave a Reply