ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত আশাৰাম বাপু

0
267
https://pragnews.com/wp-content/uploads/2018/04/Asaram-Bapu.jpg

Guwahati/ 25th April’2018 (Prag News Desk):

ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত আশাৰাম বাপু |

নাবালিকাক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত আশাৰামক |

যোধপুৰৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰিলে স্বয়ম্ভূ গডমেনক |

আশাৰামৰ লগতে আন ৩ অভিযুক্তকো দোষী সাব্যস্ত |

২০১৩ চনত নিজৰ আশ্ৰমত নাবালিকাক ধৰ্ষণৰ অভিযোগ |

বিয়লি ঘোষণা হ’ব আশাৰামৰ শাস্তি |

আশাৰামৰ ভক্তক নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ নিৰাপত্তা বেষ্টনি |

Share it on

Leave a Reply