নিশ্চিত হ’ল নতুন মন্ত্ৰীসভাৰ তালিকা

0
2544
https://pragnews.com/wp-content/uploads/2018/04/Sarbananda-Sonowal_twitter-@sarbanandsonwal_380.jpg

Guwahati/ 25th April’2018 (Prag News Desk):

নিশ্চিত হ’ল নতুন মন্ত্ৰীসভাৰ তালিকা |

৭ জন বিধায়কলৈ ৰাজভৱনৰ পৰা আহিল পত্ৰ |

ফণীভূষণ চৌধুৰী, চন্দন ব্ৰহ্মলৈ আহিল পত্ৰ |

সিদ্ধাৰ্থ ভট্টাচাৰ্য, পীয়ুষ হাজৰিকা, ছুম’ ৰংহাঙলৈও পত্ৰ |

ভৱেশ কলিতা, তপন গগৈলৈও ৰাজভৱনৰ পত্ৰ |

আটাইকেইজনৰ বিধায়ক আৱাসলৈ ৰাজভৱনৰ পত্ৰ প্ৰেৰণ |

কাইলৈ পুৱা ১০ বজাত ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠান |

Share it on

Leave a Reply