নিৰাশাৰ মাজতো আশা দেখুৱাইছে মুষ্টিমেয় শিক্ষা বিষয়াই

    0
    1753
    https://pragnews.com/wp-content/uploads/2018/04/201804021727251693_Assam-Govt-introduces-bills-to-repeal-2-Acts_SECVPF.jpg

    Guwahati/ 25th April’2018 (Prag News Desk):

    নিৰাশাৰ মাজতো আশা দেখুৱাইছে মুষ্টিমেয় শিক্ষা বিষয়াই |

    সন্তানক চৰকাৰী স্কুলত পঢ়ুৱাইছে একাংশ শিক্ষা বিষয়াই |

    শিৱসাগৰৰ উপ-পৰিদৰ্শক কৃষ্ণকান্ত তাঁতীৰ সন্তান চৰকাৰী স্কুলত |

    নাজিৰাৰ BEEO মুকুল কোঁৱৰৰ দুয়োগৰাকী কন্যা চৰকাৰী স্কুলত |

    চৰাইদেউৰ উপ-পৰিদৰ্শক গকুল তাছাৰ সন্তান চৰকাৰী স্কুলত |

    ডিব্ৰুগড়ৰৰ উপ-পৰিদৰ্শক সংগীতা বৰুৱাৰ সন্তান চৰকাৰী খণ্ডত |

    তিনিচুকীয়াৰ সাপজানৰ BEEO বাণী বৰঠাকুৰৰ সন্তান চৰকাৰী স্কুলত |

    বঙাইগাঁৱৰ BEEO কাৰ্যালয়ৰ মুখ্য সহায়কৰ সন্তান চৰকাৰী স্কুলত |

    মুখ্য সহায়ক সত্যনাৰায়ণ ৰায়ৰ সন্তান পঢ়ে চৰকাৰী বিদ্যালয়ত |

    গাণনিক বিষয়া ৰঞ্জিত ভট্টাচাৰ্যৰ সন্তানো চৰকাৰী স্কুলত |

    নগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওগৰ সন্তান চৰকাৰী স্কুলত |

    Share it on

    Leave a Reply