এইপৰ্যন্ত কৰ্ণাটক নিৰ্বাচনৰ  ৮খন আসনৰ ফলাফল ঘোষণা

0
169
karntaka election

Guwahati/15th May ‘2018 (Prag News Desk):

কৰ্ণাটক নিৰ্বাচনৰ ভোটগণনা অব্যাহত |

৮খন আসনৰ ফলাফল ঘোষণা |

বিজেপিৰ ৬খন, কংগ্ৰেছৰ দুখনত জয়লাভ,

ছিকাৰীপুৰা সমষ্টিত বি এছ য়েদীয়ুৰাপ্পাৰ জয়লাভ,

য়েদীয়ুৰাপ্পা বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

হোলালকেৰেত এম চন্দ্ৰপ্পাৰ জয়লাভ,

কুণ্ডাপুৰাত হালাদী শ্ৰীনিবাস ছেট্টীৰ জয়লাভ,

কাপু সমষ্টিত জয়লাভ লালাজী আৰ মেণ্ডনৰ,

তীৰ্থশালী সমষ্টিত আৰাগা জ্ঞানেন্দ্ৰৰ জয়লাভ,

মুদাবিদ্ৰি সমষ্টিত জয়লাভ উমানন্দ এ কটিয়ানৰ,

মাংগালুৰুত কংগ্ৰেছৰ U.T. আব্দুল খাদেৰ জয়ী,

চাল্লাকেৰেত কংগ্ৰেছৰ টি. ৰঘুমূৰ্তিৰ জয়লাভ |

Share it on

Leave a Reply