ঢেকীয়াজুলিৰ কালীবাৰীৰ কালীমন্দিৰ আৰু বিষ্ণুমন্দিৰত চুৰিকাণ্ড

0
73
thief

Guwahati /16th May ‘2018 (Prag News Trending ) :

ঢেকীয়াজুলিৰ কালীবাৰীৰ কালীমন্দিৰ আৰু বিষ্ণুমন্দিৰত চুৰিকাণ্ড | চোৰে লুটিলে দানপাত্ৰ ধন, দুডাল সোণৰ চেইন  |

চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী CC কেমেৰাত |

ঢেকীয়াজুলি আৰক্ষী থানাৰ সমুখতে সংঘটিত এই ঘটনা | IPLৰ জুৱাৰী চুৰিকাণ্ডত জড়িত থকাৰ সন্দেহ |

আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে ঢেকীয়াজুলিত IPLৰ জুৱা |

 

Share it on

Leave a Reply