তামুলপুৰৰ নাগ্ৰীজুলিত পথ দুৰ্ঘটনা

0
79
accident

Guwahati / 16th May ‘2018 (Prag News Desk) :

তামুলপুৰৰ নাগ্ৰীজুলিত পথ দুৰ্ঘটনা |

তীব্ৰবেগী ফিয়েষ্টা বাহনে মহটিয়ালে স্কুটী আৰোহীক | দুৰ্ঘটনাত আহত স্কুটী আৰোহী বিনু স্বৰ্গীয়াৰী |

সংকটজনক অৱস্থাত গুৱাহাটী চিকিত্সালয়লৈ প্ৰেৰণ | দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা | উত্তেজিত ৰাইজৰ পথ অৱৰোধ |

নাগ্ৰীজুলি পথত গতিৰোধক দিয়াৰ দাবী ৰাইজৰ

Share it on

Leave a Reply