লামডিঙতে অনুষ্ঠিত হ’ব জুবিনৰ সংগীতানুষ্ঠান

0
95
zubeen

Guwahati / 16th May ‘ 2018 (Prag News Desk) :

লামডিঙতে অনুষ্ঠিত হ’ব জুবিনৰ সংগীতানুষ্ঠান |

জুবিনৰ সংগীতানুষ্ঠান বাতিল নকৰাৰ সিদ্ধান্ত লামডিংবাসীৰ | লামডিং নাগৰিক সমিতিয়ে সভা অনুষ্ঠিত কৰি ল’লে সিদ্ধান্ত |

উপস্থিত আছিল বিধায়ক শিৱু মিশ্ৰ, স্থানীয় দল-সংগঠন, আৰক্ষী বিষয়া |

পূৰ্ব নিৰ্ধাৰিত মতে ২০ মে’ৰ নিশা অনুষ্ঠিত হ’ব জুবিনৰ সংগীতানুষ্ঠানটি | জুবিনৰ সংগীতানুষ্ঠানক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল বিতৰ্কৰ |

 

Share it on

Leave a Reply