শ্বিলঙৰ CRPFৰ কেম্পত আছে ৰেৱতী ফুকন

0
228
Rabati phukon

Guwahati / 16th May ‘2018 (Prag News Desk ) :

ৰেৱতী ফুকন নিখোজৰ নতুন তথ্য |

শ্বিলঙৰ CRPFৰ কেম্পত আছে ৰেৱতী ফুকন!

CRPFৰ চিকিৎসকে যোৰহাটৰ সাংবাদিকক জনালে এই তথ্য |

যোৰহাটৰ সাংবাদিকজনক গুৱাহাটীত  আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী আয়ুক্তই চলাইছে জেৰা | কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপৰ দাবী ফুকন পৰিয়ালৰ |

 

Share it on

Leave a Reply