শ্বিলঙৰ CRPFৰ কেম্পত আছে ৰেৱতী ফুকন

0
166
reboti phukon

Guwahati /16th May ‘2018 (Prag News Desk) :

ৰেৱতী ফুকন নিখোজৰ নতুন তথ্য |

শ্বিলঙৰ CRPFৰ কেম্পত আছে ৰেৱতী ফুকন! | CRPFৰ চিকিৎসকে যোৰহাটৰ সাংবাদিকক জনালে এই তথ্য |

যোৰহাটৰ সাংবাদিকজনক আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী আয়ুক্তই চলাইছে মাৰাথন জেৰা |

ৰেৱতী ফুকন নিখোজৰ ৰহস্যক লৈ হায়ৰান পৰিয়াল | কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপৰ দাবী ফুকন পৰিয়ালৰ |

 

Share it on

Leave a Reply