২০ মে’ত কৃষক মুক্তিয়ে পালন কৰিব ক’লা দিৱস

0
161
Akhil

Guwahati / 16th May ‘ 2018 (Prag News Trending) :

কৃষকনেতা অখিল গগৈৰ সংবাদমেল |

২০ মে’ত অমিত শ্বাহক ভেটা দিয়াৰ হুংকাৰ | ২০ মে’ত গুৱাহাটীলৈ আহিব অমিত শ্বাহ | শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰিবলৈ ৰাইজক আহ্বান |

‘অসমীয়া জাতিক ধ্বংসৰ ষড়যন্ত্ৰ কৰিবলৈ আহিব শ্বাহ’ |

২০ মে’ত কৃষক মুক্তিয়ে পালন কৰিব ক’লা দিৱস | বিমানবন্দৰৰ পৰা অমিত শ্বাহৰ সভাৰ স্থানত উৰুৱাব ক’লা পতাকা | প্ৰধানমন্ত্ৰী মোদীক মিথ্যাচাৰী আখ্যা দিলে অখিলে |

‘১৬ মে’ত বাংলাদেশীয়ে দেশ এৰিব লাগিব বুলি কৈছিল মোদীয়ে’ |‘আজিলৈ এজনো বাংলাদেশী খেদিব নোৱাৰিলে মোদীয়ে’ | ‘অসমৰ মাটি কোনেও কিনিব নোৱৰা ব্যৱস্থা হ’ব লাগে’ |

 

Share it on

Leave a Reply