অৱশেষত কৰ্ণাটকত শপত গ্ৰহণ  বিজেপিৰ

0
83
Yeddyurappa

Guwahati / 17th May ‘2018 (Prag News Desk) :

কৰ্ণাটকত মাজনিশাও ৰুদ্ধশ্বাস নাটক |

বিজেপিক চৰকাৰৰ গঠনৰ বাবে আমন্ত্ৰণ | য়েড্ডিয়ুৰাপ্পাক আমন্ত্ৰণ ৰাজ্যপাল ভজুভাই ভালাৰ |

ৰাজ্যপালৰ আমন্ত্ৰণৰ পাছতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ |মাজনিশা উচ্চতম ন্যায়ালয়ত চলিল শুনানি | স্থগিতাদেশ বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কংগ্ৰেছ | অৱশেষত বিজেপিৰ পক্ষত ৰায় সৰ্বোচ্চ ন্যায়ালয়ৰ |

আজি পুৱা ৯.৩০ বজাত শপত গ্ৰহণ  বিজেপিৰ | মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ য়েড্ডিয়ুৰাপ্পাৰ | আজি একমাত্ৰ মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা | ১৫ দিনৰ ভিতৰত সদনত প্ৰমাণ কৰিব লাগিব সংখ্যাগৰিষ্ঠতা |

বিধায়ক বিক্ৰীৰ আশংকাত কংগ্ৰেছ আৰু জে ডি এছ | এখন ৰিজ’ৰ্টত আৱদ্ধ কৰি ৰাখিছে কংগ্ৰেছৰ সকলো বিধায়কক | এখন বিলাসী হোটেলত আৱদ্ধ জি ডি এছৰ বিধায়কসকল |

 

Share it on

Leave a Reply