এইবাৰ বিধায়ক শিলাদিত্য দেৱৰ টাৰ্গেট জুবিন

0
212
shiladitya

Guwahati / 17th May ‘ 2018 (Prag News Desk ) :

ধাৰাবাহিক বিধেয়ক বিৰোধিতাৰ মাজতেই জুবিনক টাৰ্গেট বিধায়ক শিলাদিত্যৰ
‘বিহুমঞ্চত ৰাজনীতি কৰা উচিত নহয়, ৰাজনীতি নকৰিব’ |

‘গান গোৱা মানুহ, গান গাওক’ ,‘ৰাজনীতি কৰিবলৈ ৰাজনীতিবিদ আছে’ |
‘মঞ্চত সুস্থ হৈ গান গাওক, তেতিয়াহে পৰিৱেশ সুস্থ হৈ থাকিব’ |
‘লামডিঙত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে জগৰীয়া হ’ব জুবিন’ |

এই সকিয়নী বিধায়ক শিলাদিত্য দেৱৰ |

Share it on

Leave a Reply