এইবাৰ ৰকিৰ বিৰুদ্ধে এটম বোম বিস্ফোৰণ কৰিম : ৰাজা

0
165
Anil raja

Guwahati / 17th May ‘2018 (Prag News Desk) :

অনিল ৰাজাৰ সংবাদমেল | সংবাদমেলত পুনৰ বিস্ফোৰণ অনিল ৰাজাৰ | আকৌ ৰকিৰ ন ন সম্পত্তিৰ তথ্য দিলে ৰাজাই |ৰকিৰ পত্নীৰ নামত থকা সম্পত্তিৰ তথ্য ৰাজাৰ হাতত |

১৬ৰ নিৰ্বাচনত দাখিল কৰা শপতনামাত দিয়া নাই বহু সম্পত্তিৰ তথ্য |

নিৰ্বাচনী বিধি উলঙ্ঘাৰ অভিযোগ ৰকিৰ বিৰুদ্ধে| বিধায়ক পদ খাৰিজ কৰিবলৈ নিৰ্বাচন আয়োগলৈ পত্ৰ ৰাজাৰ |

‘ৰকিবুলৰ দৰে নেতা থকাৰ বাবে কংগ্ৰেছ আগবাঢ়িব পৰা নাই’

এইবাৰ ৰকিৰ বিৰুদ্ধে এটম বোম বিস্ফোৰণ কৰিম : ৰাজা

 

Share it on

Leave a Reply