গুৱাহাটী-যোৰাবাট পথত দপদপকৈ জ্বলিল ডাম্পাৰ-স্কুটী

0
134
burning-dumper
The image shown here are for representational purpose

Guwahati / 17th May ‘2018 (Prag News Desk) :

গুৱাহাটীযোৰাবাট পথত দপদপকৈ জ্বলিল ডাম্পাৰস্কুটী |

খানাপাৰাত SIRD সমীপত এই ঘটনা | ডাম্পাৰে মহটিয়াই নিয়ে স্কুটীখনক | দুৰ্ঘটনাৰ পাছতে জ্বলি উঠে বাহন দুখন |

গুৰুতৰভাৱে আহত স্কুটী আৰোহী | অগ্নিনিৰ্বাপকৰ দ্বাৰা জুই নিৰ্বাপণৰ চেষ্টা |

 

Share it on

Leave a Reply