‘মোতকৈ হিমন্তৰ বিশ্বৰ জ্ঞান বেছি আছে। তেওঁৰ জ্ঞান ভাল কামত লগাওক ’ – ড০ হীৰেন গোহাঁই

0
78
hiren gohain meet

Guwahati / 17th May ‘2018 (Prag News Desk) :

১১টা বাওঁ গণতান্ত্ৰিক দলৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ বৈঠক। বিধেয়কখন বাতিলৰ বাবে মুখ্যমন্ত্ৰীক প্ৰদান কৰিব স্মাৰক পত্ৰ। অচিৰে ইয়াৰ বিৰুদ্ধে গণ অভিৱৰ্তনৰ আয়োজন কৰিব মঞ্চই। বিশেষ অধিৱেশনৰ জৰিয়তে বিধেয়কখন বাতিলৰ বাবে দাবী জনাব চৰকাৰক।

বাওঁ দল আৰু মঞ্চই এই ক্ষেত্ৰত যৌথভাৱে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে বৈঠকত। এই বৈঠকতে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে কয় – ‘মোতকৈ হিমন্তৰ বিশ্বৰ জ্ঞান বেছি আছে। তেওঁৰ জ্ঞান ভাল কামত লগাওক।’

Share it on

Leave a Reply