এইবাৰ ‘প্ৰাগ নিউজ’লৈ আন এক ৰাষ্ট্রীয় সন্মান

0
75
prag award

Guwahati / 18th May ‘2018 (Prag News Desk ) :

প্ৰাগৰ খবৰ ,প্ৰকৃত খবৰ |আপুনি বিচৰা প্ৰতিটো খবৰকলৈ প্ৰাগ নিউজ দ্বায়বদ্ধ | উত্তৰ পূৱ ভাৰতৰ  সকলোতকৈ পুৰণি চেটেলাইট নিউজ চেনেল। ২০০১ চনৰ ৪ মাৰ্চত এই চেনেলটো উদ্বোধন কৰা হৈছিল |

এইবাৰ ‘প্ৰাগ নিউজ’লৈ আন এক ৰাষ্ট্রীয় সন্মান |

ক্ৰমৱৰ্ধমান আঞ্চলিক সংবাদ চেনেলৰ সন্মান প্ৰাগ নিউজলৈ | নতুন দিল্লীত ‘BCS ৰত্ন ২০১৮’ প্ৰাগ নিউজলৈ |

নতুন দিল্লীত এই বঁটা গ্ৰহণ কৰে প্ৰাগ নিউজৰ VP সুৰিন্দ ৰাওৱে |

সুখ্যাত সাংবাদিক অৰ্ণব গোস্বামীলৈ ‘হল অফ ফেম’ সন্মান | অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও ৰাজনীতিক, সাংবাদিক |

 

Share it on

Leave a Reply