কোনোবাই যদি মোক ভিত্তিহীন কথাত সমালোচনা কৰিছে তাক অৱজ্ঞা কৰক : জুবিনৰ শেহতীয়া প্ৰতিক্ৰিয়া

0
70
zubeen

Guwahati /18th May ‘2018 (Prag News Trending ) :

সমালোচনাৰ মাজেৰে আগবাঢ়িব পৰা জনেই যেন জুবিন । হাজাৰ বিতৰ্কৰ ধুমুহা ভেদি শিল্পীজন নিজৰ স্থিতিত অটল আছে জাতীয় স্বাৰ্থৰ হকে ।  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাবলৈ আহ্বান সকলোকে |

‘অনৰ্থক কথাত প্ৰতিক্ৰিয়া প্ৰকাশ অপ্ৰয়োজনীয়| |এয়া অসমৰ হকে মাত মতাৰ সময় | কোনোবাই যদি মোক ভিত্তিহীন কথাত সমালোচনা কৰিছে তাক অৱজ্ঞা কৰক | আমি আমাৰ লক্ষ্যত অটল থকাৰ প্ৰয়োজন | নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাওক সকলোৱে | আমি থমকি ৰোৱাৰ প্ৰয়োজন নাই | এয়া মাথোঁ আমাক মূল লক্ষ্যৰ পৰা বিচলিত কৰাৰ কৌশল ‘ – অনুৰাগীলৈ জুবিন গাৰ্গৰ আহ্বান |

ছ’চিয়েল মিডিয়াত জুবিনৰ শেহতীয়া প্ৰতিক্ৰিয়া |

 

Share it on

Leave a Reply