গাৰ্লছ হোষ্টেলত চোৰৰ অভিযান

0
50
thief

Guwahati /18th May ‘ 2018 (Prag News Desk) :

মহানগৰীৰ হাতীগাঁৱত গাৰ্লছ হোষ্টেলত চোৰৰ অভিযান | যুৱতীৰ শ্লীলতা হানি, লুটি নিলে ২টা ম’বাইল | হাতীগাঁৱৰ ‘নেপিন স্কুল অব্ নাৰ্ছিং’ হোষ্টেলত এই ঘটনা |

চুৰিকাণ্ডৰ পিছতেই পোহৰলৈ আহিছে হোষ্টেলৰ কেতবোৰ ভয়ংকৰ তথ্য |

নিম্নমাণৰ খাদ্য যোগান ধৰি আহিছে ৮০ গৰাকীকৈ হোষ্টেল আৱাসীক | হোষ্টেলটোত নাই কোনোধৰণৰ ছিকিউৰিটী, CCTVৰ ব্যৱস্থা |

হোষ্টেলৰ গৰাকীৰ ‍বাবুল আলীয়ে গ্ৰহণ কৰা নাই কোনোধৰণৰ ব্যৱস্থা |

Share it on

Leave a Reply