বিহুক লৈ এইবাৰ কমেডী,ষড়যন্ত্ৰ নে বিভাগীয় গাফিলতি ??????

0
100
bihu

Guwahati/ 18th May ‘ 2018 (Prag News Desk) :

অসমীয়া জাতীয় উৎসৱ বিহুকলৈ এইবাৰ এক আশ্বৰ্য্যকৰ ঘটনা ।শিক্ষা বিভাগৰ গাফিলতিত জাতীয় উৎসৱ সন্দৰ্ভত ভুল তথ্য প্ৰকাশ | সহজ ব্যাকৰণ আৰু ৰচনাৰ নামত পাঠ্যপুথি |ষষ্ঠ, সপ্তম, অষ্টম শ্ৰেণীৰ বাবে প্ৰণয়ন কৰা পাঠ্যপুথিত ভয়ংকৰ বিসংগতি |

অসমীয়াৰ অস্তিত্ব সংকতৰ সময়তে এনে বিস্ফোৰণে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যতে ।

শিক্ষাৰ্থী সকলই যিহেতু আমাৰ ভৱিষ্যত তেনেস্থলত এটা জাতিৰ ভৱিষ্যতক বিপথগামী কৰাৰ এয়া অন্য এক ষড়যন্ত্ৰ নেকি সেই কথা ৰহস্যৰ আৱৰ্তত ।

অসমীয়াত বিহু ১২টা বুলি উল্লেখ কিতাপখনত | ‘প্ৰতি মাহৰ শেষৰ দিনটোকে বিহু বোলে’ | ধুবুৰীৰ নিউ মহাম্মদীয়া পুস্তকালয়ৰ পৰা প্ৰকাশিত এই পাঠ্যপুথিখন |

 

Share it on

Leave a Reply