মুকলি আকাশৰ তললৈ অহাৰ পাছত আকৌ গ্ৰেপ্তাৰ বসন্ত দলেক

0
133
basanta doley

Guwahati / 18th May ‘2018 (Prag News Desk) :

APSCৰ নিযুক্তি কেলেংকাৰিত বসন্ত দলেক গ্ৰেপ্তাৰ | কৃষি উন্নয়ন বিষয়াৰ বাচনিত ভয়ংকৰ জালিয়াতি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ |

দিছপুৰ থানাত মাৰাথন জেৰাৰ অন্তত গ্ৰেপ্তাৰ বসন্ত দলেক | একেৰাহে ৬ ঘণ্টা জেৰা কৰিছিল বসন্ত দলেক | ২৭টা উত্তৰ বহীত ধৰা পৰিছে জালিয়াতি |

ভঙাগড় আৰক্ষী থানাত পঞ্জীভুক্ত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ | ৰাকেশ পালৰ সোঁহাত স্বৰূপ আছিল বসন্ত দলে |

APSCৰ কেইবাটাও নিযুক্ত কেলেংকাৰিত জড়িত থকাৰ অভিযোগ | দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ সৈতে জেলত আছিল বসন্ত দলে |

মুকলি আকাশৰ তললৈ অহাৰ পাছত আকৌ গ্ৰেপ্তাৰ বসন্ত দলেক | MMCHত বসন্ত দলেৰ স্বাস্থ্য পৰীক্ষা  |

আজি আদালতত হাজিৰ কৰোৱা হ’ব বসন্ত দলেক |

 

Share it on

Leave a Reply