প্ৰসংগ : শ্বেতা আগৰৱালা হত্যাকাণ্ড

0
93
sweta murder

Guwahati /18th May ‘2018 (Prag News Desk) :

প্ৰসংগ : শ্বেতা আগৰৱালা হত্যাকাণ্ড |

অভিযুক্তৰ জামিন লাভৰ পাছতে প্ৰতিক্ৰিয়া শ্বেতাৰ পৰিয়ালৰ | অভিযুক্ত গোবিন্দ সিংঘলৰ জামিন লাভত ক্ষোভ শ্বেতাৰ পৰিয়ালৰ |

জামিনৰ বিৰুদ্ধে পুনৰ আদালতৰ দ্বাৰস্থ হ’ব পৰিয়াল | অভিযুক্ত গোবিন্দক বিদেশলৈ পলায়নৰ আশংকা শ্বেতাৰ আত্মীয়ৰ |বৃহস্পতিবাৰে আদালতৰ পৰা জামিন লাভ কৰিছিল শ্বেতা হত্যাৰ মূল অভিযুক্তই |

বিগত বৰ্ষৰ ডিচেম্বৰত সংঘটিত হৈছিল হত্যাকাণ্ডৰ ঘটনা | অভিযুক্ত গোবিন্দৰ ভৰলুমুখস্থিত বাসগৃহত উদ্ধাৰ হৈছিল শ্বেতাৰ মৃতদেহ |

 

Share it on

Leave a Reply