হোটেল গে’টৱে গ্ৰেণ্ডিয়ৰত এ এম টেলিভিছনৰ সংবাদমেল

0
114
Screenshot001

Guwahati: এ এম টেলিভিছনৰ সংবাদমেল | হোটেল গে’টৱে গ্ৰেণ্ডিয়ৰত সংবাদমেল | ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ ১৪টা গৌৰৱোজ্জ্বল বৰ্ষ | ২৬, ২৭ মে’ত GMCH প্ৰেক্ষাগৃহত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ ২০১৮ |

উঃ-পূঃৰ অন্যতম চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ‘প্ৰাগ চিনে এৱাৰ্ডছ’ | জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব কুলদা কুমাৰ ভট্টাচাৰ্যলৈ | গ্ল’বেল আইকন বঁটা শব্দ যন্ত্ৰী দেৱজিত চাংমাইলৈ |

এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ বিশেষ অতিথি বলীউডৰ গোবিন্দা… | হোমা কুৰেছি, আদিল হুছেইন, ছনী ছেৰিষ্টা, ইহানা ধিল্লন |

 

 

Share it on

Leave a Reply