গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজৰ সংবাদমেল |

0
98
Screenshot

Guwahati : গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিক সমাজৰ সংবাদমেল |

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেল |

মুখ্যমন্ত্ৰীক দৃঢ়স্থিতি ল’ব আহ্বান নাগৰিক সমাজৰ |

সংবাদমেলত অংশগ্ৰহণ হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞাৰ |

অংশগ্ৰহণ অখিল ৰঞ্জন দত্ত, পৰেশ মালাকাৰৰ |

মুখ্যমন্ত্ৰীক দৃঢ়তাৰে কাম কৰিবলৈ আহ্বান অজিত কুমাৰ ভূঞাৰ |

 

Share it on

Leave a Reply