নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে সাপো নমৰক, লাঠিও নাভাগক স্থিতি ল’ব লাগে।’ :  হাগ্ৰামাৰ মন্তব্য

0
137
hagrama

Guwahati : NEDAৰ বৈঠকত বিস্ফোৰক মন্তব্য হাগ্ৰামা মহিলাৰীৰ |

২০১৯ৰ লোকসভাত ১০০ৰ ভিতৰত ১০০পাব বিজেপি মৰ্চাই, উগ্ৰপন্থীৰ সমস্যা উত্তৰ-পূবৰ সকলোতে আছে, কেন্দ্ৰই সমাধা কৰিব লাগিব উন্নয়ণ হৈ থাকিব, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ চৰকাৰে সাপো নমৰক, লাঠিও নাভাগক স্থিতি ল’ব লাগে।’

কোকৰাঝাৰত মেডিকেল কলেজ দিম বুলি হিমন্ত বিশ্ব শৰ্মাই নিদিলে। ‘১৩বছৰ কংগ্ৰেছৰ লগত থাকি যি নাপালো বিজেপিৰ লগত দুবছৰ থাকি বহুত
পাইছো।’–  হাগ্ৰামাৰ মন্তব্য |

Share it on

Leave a Reply