আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনা

0
110
anup chetia

Guwahati : নতুন দিল্লীত আজি হ’ব আলফা আৰু ভাৰত চৰকাৰৰ মাজত শান্তি আলোচনা |

সভাপতি অৰবিন্দ ৰাজখোৱা, সাঃ সম্পাদ অৰুপ চেতিয়াৰ নেতৃত্বত এটা ৮জনীয়া দল মিলিত হ’ব শান্তি আলোচনাত |

উপস্থিত থাকিব মধ্যস্থতাকাৰী এ বি মাথুৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উঃ পূঃ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ | এই বৈঠকত চুক্তি স্বাক্ষৰৰ তাৰিখ চূড়ান্ত হোৱাৰ সম্ভাৱনা |

বৈঠকত আলফাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ আনুষ্ঠানিক বিৰোধিতা কৰাৰো সম্ভাৱনা |

Share it on

Leave a Reply