চৰকাৰ সলনি হ’ল, সলনি নহ’ল চাকৰিৰ বজাৰ

0
158
job scam

Guwahati : চৰকাৰ সলনি হ’ল, সলনি নহ’ল চাকৰিৰ বজাৰ |

বিভিন্ন বিভাগত নিযুক্তিৰ নামত অব্যাহত অনিয়ম | গোপনে চলিছে চাকৰিৰ বজাৰ |

স্বাস্থ্যসেৱা সঞ্চালকালয়তো চাকৰিৰ বজাৰ |৬ মে’ত অনুষ্ঠিত হৈছিল বিভিন্ন পদৰ সাক্ষাত্কাৰ | ষ্টাফ নাৰ্ছ- ৮৮২, ৱাৰ্ড বয়- ১৬৮, নৈশ চকীদাৰ- ৫৫টা পদ | পদসমূহত নিযুক্তিৰ নামত ধন সংগ্ৰহ স্বাস্থ্য বিষয়াৰ | অতিৰিক্ত সঞ্চালক মনোজ চৌধুৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ | চৌধুৰীয়ে চাকৰিৰ বজাৰ চলোৱাৰ অভিযোগ |

চৌধুৰীয়ে নিয়োগ কৰিছে চাকৰি বিক্ৰীৰ এজেণ্ট | অভিযোগৰ আঙুলি গোলাপ মজুমদাৰ, ডঃ ৰকিবুল হুছেইনলৈ | কনিষ্ঠ সহায়ক ৰাজু দাস, গিয়াছুদ্দিন, ছামছুদ্দিনৰ বিৰুদ্ধেও অভিযোগ |

চাকৰিৰ বজাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ পত্ৰ RTI কৰ্মী দুলাল বৰাৰ

 

Share it on

Leave a Reply