হোৰাহোৰে বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ মূল্য

0
138
Petrol

Guwahati : সাধাৰণ ৰাইজক মাধমাৰ NDA চৰকাৰৰ |

হোৰাহোৰে বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ মূল্য | একেৰাহে ৫ম দিনলৈ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি | পেট্ৰ’লৰ মূল্য ৩১ পইচা, ডিজেলৰ মূল্য ২৮ পইচা বৃদ্ধি |

প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৭৯.০৩ টকা | যোৱা মাহত পেট্ৰ’লৰ মূল্য আছিল ৭৬.৬৪ টকা |

প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৭১.০৭ টকা | যোৱা মাহত ডিজেলৰ মূল্য আছিল ৬৮.৬৭ টকা |

Share it on

Leave a Reply