চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰীৰ সংবাদমেল

0
182
Sarbananda sonowal

Guwahati:  চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰীৰ সংবাদমেল | প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংবাদমেল |সংবাদমেলৰ পূৰ্বে ‘পৰিৱৰ্তন’ শীৰ্ষক পুস্তিকা উন্মোচন | সংবাদমেলত উপস্থিত অতুল বৰা, হাগ্ৰামা মহিলাৰী | দুবছৰীয়া কাৰ্যকালৰ সাফল্যৰ খতিয়ান | অসমৰ ৰাইজক সহযোগিতাৰ বাবে ধন্যবাদ |

চৰকাৰী নিযুক্তিত স্বচ্ছতাৰ কথা উল্লেখ | APSC ৰ সংস্কাৰৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ মুখত | ৪৫ হাজাৰ পদত নিকাকৈ নিযুক্তি দিয়া হৈছে | শাসন ব্যৱস্থা লৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে | দুৰ্নীতি বিৰোধি যুঁজত সংবাদ মাধ্যমৰ সহযোগিতাক প্ৰশংসা | ৰাজহ সংগ্ৰহত আমি উল্লেখযোগ্য সফলতা লাভ কৰিছো | অসমত পূৰ্বে বিনিয়োগৰ পৰিৱেশ নাছিল |

বিদেশী বিনিয়োগৰ পৰিৱেশ সৃষ্টি হৈছে অসমত | নমামি বৰাক, নমামি ব্ৰহ্মপুত্ৰই অসমৰ সম্পদৰাজিলৈ সম্ভাৱনা আনিলে | বিনামূলীয়া পাঠ্যপুথি, নামভৰ্তিৰ জৰিয়তে উপকৃত হৈছে দৰিদ্ৰ শিক্ষাৰ্থী | গুণোত্সৱে ৰাজ্যৰ শিক্ষাখণ্ডলৈ আমূল পৰিৱৰ্তন আনিছে | দুৰ্নীতিৰ বাবে কংগ্ৰেছৰ দিনত দুৰ্ভোগ ভুগিছিল ৰাইজে |

Share it on

Leave a Reply