সংগ্ৰামী সতীৰ্থ মঞ্চই মানি ল’ব আছুৰ নেতৃত্ব

0
254
prafulla kumar mahanta

Guwahati:  সংগ্ৰামী সতীৰ্থ মঞ্চই মানি ল’ব আছুৰ নেতৃত্ব |

আছুৰ সৈতে একেলগে আগবাঢ়িবলৈ দল-সংগঠনলৈ আহ্বান |

সকলো সংগঠনে একত্ৰিতভাৱে আন্দোলন কৰিব লাগিব |

অসমতহে বেলেগ, বহিঃৰাজ্যত একত্ৰিত দল-সংগঠন |

আছু নেতৃত্বই দল-সংগঠনক এক কৰাৰ দায়িত্ব ল’ব লাগে |

কেন্দ্ৰীয় চৰকাৰৰ হেমাহিৰ বাবে হোৱা নাই অসম চুক্তি |

এই বিধেয়ক গৃহীত হ’লে অস্তিত্ব শেষ হ’ব অসমীয়াৰ |

সংবাদমেলত সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত |

Share it on

Leave a Reply